কামৰূপৰ নগৰবেৰা পঞ্চায়তৰ অন্তৰ্গত মেধিপাৰা গাঁৱত অৰুণোদয় আঁচনিৰ পৰা নাম কটা যোৱাত জাঙুৰ খাই উঠিছে সংশ্লিষ্ট হিতাধিকাৰী সকল ,সেয়ে পুনৰাই অৰুণোদয়ৰ ধন বিচাৰি সাৱ্যস্ত কৰে প্ৰতিবাদ।বকো-ছয়গাঁও সমষ্টিৰ নগৰবেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মেধিপাৰাত অৰুণোদয় আঁচনিৰপৰা বঞ্চিত একাংশ মহিলাই বিগত দুবছৰ ধৰি আঁচনিৰ ধন পাই থকাৰ মাজতেই হঠাৎ নামবোৰ বাদ পৰাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে মহিলাসকলে।গাঁৱখনৰ তালিকা প্ৰস্তুত কৰা বাচনি সমিতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বঞ্চিত মহিলাসকলে। শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবলৈ উৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী মহিলাসকলে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.