নিৰ্বাচন আয়োগৰ গুৰুত্ত্বপূৰ্ণ নিৰ্দেশনা
নিৰ্বাচন আয়োগে অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য সচিবক ৫ গৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষকক নিযুক্তিৰ নিৰ্দেশ দিছে
চাইন অন ডেস্ক:
সোমালিন শুভদৰ্শিনী, (আই পি এছ-২০১৯)ক এছ এছ পি, মাজুলীত নিযুক্তি।
আৰ শ্বীতল কুমাৰ, (আই পি এছ-২০২০)ক এছ এছ পি দক্ষিণ ছালমাৰাত নিযুক্তি।
আঞ্চল চৌহান, (আই পি এছ-২০২০)ক এছ এছ পি শদিয়াত নিযুক্তি।
সুধাকৰ সিং, (আই পি এছ-২০১৩)ক এছ এছ পি চিৰাঙত নিযুক্তি।
মোহন লাল মীনা, (আই পি এছ- ২০১৬)ক এছ এছ পি ধেমাজিত, নিযুক্তি।
ইয়াৰ উপৰিও নিযুক্তি দিয়া বিষয়াসকলক নিৰ্বাচন সম্পূৰ্ণ নোহোৱালৈকে কোনো নিৰ্বাচন সম্পৰ্কীয় পদত নিযুক্তি দিয়া নহ’ব বুলিও নিৰ্দেশনাত কোৱা হৈছে।