বঢ়মপুৰত দিনযোৰা কাৰ্য্যসূচীৰে মন্ত্ৰী পীয়ুষ হাজৰিকা
পাঁচটাকৈ স্থানত শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ
চাইন অন ডেস্ক:
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে উপস্থিত হয়হি মন্ত্ৰী পীয়ুষ হাজৰিকা।কেইবাটাও উন্নয়নমূলক কাৰ্য্যসূচী লৈ উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে পোন প্ৰথমতে কামপুৰ ৰেলৱে কলনীৰ পাৰ্কৰ শুভ উদ্বোধন কৰে।ইয়াৰ পিছতে সমষ্টিটোৰ অধীনৰ ননৈত সমষ্টিৰ তৃতীয়খন মামা বজাৰৰ শুভ উদ্বোধন কৰে।ইয়াৰ পিছতে পুৰণিগুদাম গড়মূৰত পুৰণিগুদাম চাপানালা জলপ্ৰপাতৰ মূল আদৰণি তোৰণৰ শুভ উদ্বোধন কৰে।এই কাৰ্য্যসূচীৰ পিছতে সমষ্টিটোৰ অধীনৰ অতি ভিতৰুৱা অঞ্চল চাপানালাৰ একমাত্ৰ উচ্চ 

