চাৰিদুৱাৰত জন আৰ্শীবাদ যাত্ৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিশা বাৰ বজাতো জনসমুদ্ৰত পৰিণত চাৰিদুৱাৰ
বালিপৰা:
শোণিতপুৰৰ ৬৯ নদুৱাৰ বিধানসভা সমষ্টিত জন আৰ্শীবাদ যাত্ৰা কৰি যোৱা নিশা উপস্থিত হয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । বালিপৰা চেন্টাৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক তিনি হাজাৰ যুৱকে উলিওৱা বিশাল মটৰ চাইকেল ৰেলীৰে চাৰিদুৱাৰ বনদুৱাৰৰ 

অনুষ্ঠানত সমষ্টিৰ বিধায়কৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপৰি দিলীপ শইকীয়া, সাংসদ কামাখ্য প্ৰসাদ তাছা, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকাৰ লগতে ভালেমান দলীয় কাৰ্যকৰ্তা, বিষয়ববীয়া , সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।