...

জংঘলৰ পৰা নক্সালবাদ ক্ৰমাৎ নিঃশেষ হৈছেঃপ্ৰধানমন্ত্ৰী মোদী

পিটিআই,নতুন দিল্লী,৭মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জংঘলৰ পৰা নক্সালবাদ ক্ৰমাৎ নিঃশেষ হৈছে যদিও চহৰ অঞ্চলত ইয়াৰ শিপা দ্ৰুতগতিত বিয়পি পৰাৰ লগতে একাংশ ৰাজনৈতিক দলেও নিজৰ সহমৰ্মিতা প্ৰকাশ কৰাত উদ্বেগ প্ৰকাশ কৰে মোদীয়ে।কালি এক সভাত ভাষণ দি মোদীয়ে কংগ্ৰেছকো লক্ষ্য কৰি কয় যে কংগ্ৰেছে মানুহৰ আকাংক্ষাক মষিমূৰ কৰি পেলাইছিল,সেয়ে কংগ্ৰেছৰ প্ৰতি জনগণৰ মোহভংগ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *