...

*নগাঁৱৰ ৮গৰাকীকৈ আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ পদক*

Spread the love

*নগাঁৱৰ ৮গৰাকীকৈ আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ পদক*

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা

২০২৫ বৰ্ষৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পদক লাভ কৰিছে নগাঁৱৰ ৮গৰাকীকৈ আৰক্ষীয়ে। আৰক্ষী বিষয়া সকলৰ দৃষ্টান্তমূলক সেৱা, অসাধাৰণ অৱদান আৰু কৰ্তব্যৰ প্ৰতি অক্লান্ত নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয় আৰু বাহিনীটোৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। উল্লেখ্য যে,নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা (সোণৰ মেডেল), অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) জয়ন্ত বৰুৱা,পৰিদৰ্শক সঞ্জীত কুমাৰ ৰয়,উপ পৰিদৰ্শক সুৰজ দত্ত, উপ পৰিদৰ্শক বিজু বড়ো,লেঞ্চনায়ক মিজানুৰ হাজৰিকা,লেঞ্চনায়ক পৰশ মণি হীৰা,কনিষ্টবল (ইউবি) হানিফ চৌধুৰীয়ে চিলভাৰ মেডেল লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *