...

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শেহতীয়া সিদ্ধান্তক আদৰণি অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

চাইন অন ডেক্সঃ

কেবিনেটৰ জাতি লোকপিয়ল, শ্বিলঙৰ পৰা শিলচৰ ক’ৰিডৰৰ অনুমোদন আৰু দেশৰ কুঁহিয়াৰ খেতিয়ক সকলৰ বাবে কেন্দ্ৰীয় কেবিনেটে লোৱাৰ সিদ্ধান্ত বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে তেওঁ। আনহাতে জাতি পিয়ল কৰাৰ বাবে দীৰ্ঘদিনীয়া সেই দাবী ৰূপায়িত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ দিনত হোঁহোকা-পিছলা কৰাৰ অভিযোগ তুলি দলটোক তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে, আজি বিয়লি ধুবুৰীৰ গোলকগঞ্জৰ কচোখানাত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *