মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবৰ শতবাৰ্ষিকীৰ উদযাপন
থলুৱা উদ্যোগী মহিলাৰ বাবে বাণিজ্য মেলা
মাৰ্ঘেৰিটা:

থলুৱা উদ্যোগী মহিলা সকলক উৎসাহিত কৰি উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা হয় এই বাণিজ্য মেলা।
এই মেলাৰ সামৰণি উপলক্ষে সন্ধিয়া আয়োজন কৰা হয় এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধক দ্বয় কে মেৰে আৰু এম পি দত্তৰ লগতে অন্যান্য বিষয়া সকল উপস্থিত থাকে।

