– মহ জনিত ৰোগ নিয়ন্ত্ৰণৰ বাবে এক সক্ৰিয় পদক্ষেপৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই আজি মহানগৰীৰ বিভিন্ন নলাত ২০০০ গাম্বুচিয়া মাছৰ পোনা মুকলি কৰি দিয়ে। তদুপৰি দিনজান আৰ্মি কেম্পকো ১০০০ গাম্বুচিয়া মাছৰ পোনা বিতৰণ কৰা হয়। জিলাখনত মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছৰ দৰে বাহকজনিত ৰোগক প্ৰতিহত কৰাৰ উদ্দেশ্যেৰে