নিৰুদ্দিষ্ট মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ
ক’ত ? কেনেকৈ ?
বৰপেটা,২৮আগষ্ট:
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাশিমপুৰত যোৱাকালি ব্ৰহ্মপুত্ৰৰ সুঁতি নৈত নিৰুদ্দেশ হোৱা মাতৃ-পুত্ৰক মৃত অৱস্থাত কালি কাছুমাৰা আৰক্ষী থানাৰ এলেকাধীন মৈৰাদিয়া আৰু আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত নিচানৰচৰত সূতি নৈ খনৰ পৰা উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাশিমপুৰ গাঁৱৰ আইজ উদ্দিনৰ 
