...

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ন্যায় নহলে ঈদ পালন নকৰে মছুলমান সমাজে

Spread the love

 

 

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ন্যায় নহলে ঈদ পালন নকৰে মছুলমান সমাজে

 

 

চাইন অন ডেস্ক:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ন্যায় নোপোৱা লৈকে ঈদ পালন নকৰে মছুলমান সমাজে

প্ৰায়াত জুবিন গাৰ্গৰ মায়াবিণী ৰাতিৰ বুকুত গীতটো পৰিবেশন কৰি ন্যায় বিছাৰিলে মুছলমান লোকে৷

দক্ষিণ কামৰূপৰ কালাতলীত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী৷

মংগলবাৰে নিশা কালাতলীৰ নতুন কাঠমী চাৰিআলি চ’কত ব্যৱসায়ী সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী৷

প্ৰতিবাদী কাৰ্যসূচীত মমবাতি জ্বলাই, পুষ্প মালা পিন্ধাই হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক জনোৱা হয় শ্ৰদ্ধাঞ্জলি৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ জুবিন দাৰ ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন দা আদি শ্ল’গানো নিশা উত্তাল কৰি তোলে ব্যৱসায় সন্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *