‘মই ভুল কৰিছো, মোক শাস্তি দিলেই হ’ল’ –হত্যাকাৰী নুৰুল ইছলামৰ ভয়ংকৰ স্বীকাৰক্তি
ছমৰীয়াৰ চৌধুৰীপামত ছাত্ৰী হত্যাৰ ঘটনা
ছাত্ৰী খাইৰুন নেছাৰ ঘৰত হত্যাকাৰী নুৰুলক লৈ আৰক্ষীৰ তদন্ত
গুৱাহাটী:
গুৱাহাটী:
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত চৌধুৰীপামত ১৫ অক্টোবৰত দিন-দুপৰতে কলেজীয়া ছাত্ৰী এগৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হত্যাকাৰী নুৰুল ইছলামক লৈ আজি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷