গোলকগঞ্জত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা
নিহত এজন,আহত ৬ জন
আগমনি,২৪অক্টোবৰ:
দুৰ্গা পূজাৰ আনন্দৰ মাজতে যোৱা নিশা গোলকগঞ্জ আৰু হালাকুৰাত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা।প্রথমটো শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় সন্ধিয়া ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱাত। এই দুৰ্ঘটনাত নিহত হয় মৰমী বৰ্মন নামৰ ২২ বছৰীয়া কলেজীয়া ছাত্ৰী। আহত হয় ই-ৰিক্সাৰ পাঁচজন যাত্ৰীসহ চালক।জানিব পৰা মতে, এখন ই-ৰিক্সা আৰু এ এছ ১৭ পি ৫০৭০ নম্বৰৰ এখন চাৰিচকীয়া 
