কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে এজাহাৰ দাখিল !
মিছা,অপমানজনক আৰু সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি
ধুবুৰী,২৯এপ্ৰিল:
সামাজিক মাধ্যমৰ এগৰাকী কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে মিছা, অপমানজনক আৰু সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিকাৰী বিষয়বস্তু প্ৰচাৰ কৰাৰ অভিযোগেৰে কালি ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হোৱা বুলি জানিব পৰা গৈছে। কাজী মাহামুদুল হাছান নামৰ ধুবুৰীৰ স্থানীয় যুৱক এগৰাকীয়ে দাখিল কৰা নিজৰ সেই এজাহাৰখনত সামাজিক মাধ্যমৰ “Bhaskarr Dutta” নামৰ ফেচবুক পেজৰ জৰিয়তে বিশেষ এটা ভিডিঅ’ৰ প্ৰকাশ আৰু প্ৰচাৰ কৰাৰ বাবে সেই 

