টুপামাৰীত আৰক্ষীৰ জাঁলত ড্ৰাগছ পেডলাৰ
*চাইন অন ডেস্ক:*
কামৰূপৰ নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ২১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়।ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন নগৰবেৰাৰ ৰঙ্গেশ্বৰী গাঁৱৰ নুৰ আলম বুলি জানিব পৰা গৈছে। টুপামাৰী আৰক্ষী চকীৰ 