...

ডিব্ৰুগড়ত ৪০ গৰাকী ৰোগী  ব্যক্তিকমুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ

ডিব্ৰুগড়ত ৪০ গৰাকী ৰোগী ব্যক্তিকমুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ

চাইন অন ডেস্ক,৭অক্টোবৰ:

ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে ডিব্ৰুগড়ত ৪০ গৰাকী ৰোগী ব্যক্তিক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ এককালীন ধনৰ চেক বিতৰণ কৰে।কৰ্কট আৰু বৃক্ক ৰোগত আক্রান্ত এই লোকসকলক চেকসমূহ বিতৰণ কৰা হয়।বিগত বছৰত ডিব্ৰুগড় সমষ্টিৰ সৰ্বমুঠ ১০১৭ গৰাকী ৰোগী ব্যক্তিৰ মাজত, এককালীন সাহায্য ১ কোটি ২৫ লাখ টকা বিতৰণ কৰা হয়। এই সাহায্যৰ জৰিয়তে দুখীয়া লোকসকলক ৰোগৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত আর্থিকভারে সকাহ প্ৰদানৰ বাবে মন্ত্ৰীগৰা

Leave a Reply

Your email address will not be published. Required fields are marked *