পাঁচ দিনৰ পিছত ডিব্ৰুগড়ৰ পাঁচআলী ঘাটত উদ্ধাৰ মমতা সাহানীৰ মৃতদেহ
কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰত জাঁপ দিছিল যুৱতীগৰাকীয়ে
চাইন অন ডেস্ক,২৮অক্টোবৰ:



উল্লেখযোগ্য যে মমতা সাহানী ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৈৰ বকুল অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁ কেনেদৰে কাছাৰী ঘাটলৈ আহিছিল আৰু ঘটনাৰ পূৰ্বে কি 