দহ হাজাৰ এগছি চাকি জ্বলিল জুবিনৰ জন্মদিনত শ্বহীদৰ পূণ্যস্থলীত,৫৩ জোপা নাহৰ ৰোপণ
#তিনিদিনীয়াকৈ উদযাপন জুবিন গাৰ্গৰ জন্মদিন
নগাঁও:-


আনহাতে নগাঁৱৰ সৃষ্টিশীল গোষ্ঠীৰ উদ্যোগত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে উদযাপন কৰা হয় প্রিয় শিল্পীগৰাকীৰ জন্মদিন। মংগলবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াৰ বৰবজাৰত অনুষ্ঠিত হয় এই সৰ্বধৰ্মীয় প্ৰাৰ্থনা,য’ত নাম-প্ৰসংগৰ পৰা ইছলাম ধৰ্মৰ কোৰাণ পাঠো কৰা হয়। কোৰাণ পাঠ সম্পন্ন হোৱাৰ পাছত নিশা দোৱা 
