প্রথম দিনাই টীম ইণ্ডিয়াৰ নিয়ন্ত্ৰণত ইডেন টেষ্ট, দিনান্তত ভাৰতৰ ৩৭/১
বিধ্বংসী বুমৰাহৰ ৫ উইকেট, দক্ষিণ আফ্ৰিকাৰ ১৫৯
কলকাতা:


বিদায় লয়। ভাৰতীয় দলটোৰ হৈ বুমৰাহে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজ উভয়ে দুটাকৈ তথা অক্ষৰ পেটেলে এটা উইকেট লাভকৰে। ইপিনে, ভাৰতীয় দলটোৱে প্রথম ইনিংছ মুকলি কৰিবলৈ আহি শুকুৰবাৰৰ প্ৰথম দিনৰ খেলৰ অন্তলৈকে এটা উইকেট হেৰুৱাই ৩৭ৰান কৰিছে। দিনান্তত লোকেশ বাহুলে ১৩ আৰু ৱাশ্বিংটন সুন্দৰে ৬ ৰান কৰি ক্ৰিজত আছে। যশস্বী জয়ছোৱালৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়। দলীয় 
