...

বিলাসীপাৰাত সংঘটিত চাঞ্চল্যকৰ ধৰ্ষণ

Spread the love

বিলাসীপাৰাত সংঘটিত চাঞ্চল্যকৰ ধৰ্ষণ

বিলাসীপাৰা:

বিলাসীপাৰাত পুনৰবাৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ডৰ ঘটনা।আনন্দনগৰত হিন্দু মহিলাক ধৰ্ষণৰ অভিযোগ।কদমতলা তৃতীয় খণ্ড গাঁৱৰ ফুল তুলিবলৈ যোৱা মহিলাক আনন্দনগৰত ধৰ্ষণৰ অভিযোগ।আনন্দ নগৰৰ যুৱক আমিনুৰ ৰহমান (মুন্না) ৰ বিৰুদ্ধে উত্থাপন হৈছে হিন্দু মহিলাক ধৰ্ষণৰ অভিযোগ। ভুক্তভোগী মহিলাই বিলাসীপাৰা থানাত আমিনুৰ ৰহমান মুন্নাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।বিলাসীপাৰা আৰক্ষীয়ে ২৮৯/২৫ ৬৪(১) বি এন এছত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আমিনুৰ ৰহমান (মুন্না)ক।সম্প্ৰতি হিন্দু মহিলাক ধৰ্ষণৰ অভিযুক্ত আমিনুৰ ৰহমান মুন্নাৰ বিৰুদ্ধে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *