অবৈধ প্ৰেমৰ সাক্ষী হোৱাই কাল হৈ পৰিল ডেলিভাৰী বয় আজাহাৰ আলী
এটা চাঞ্চল্যকৰ হত্যা কাণ্ডই জোকাৰি গল সমগ্ৰ দক্ষিণ কামৰূপ। অবৈধ প্ৰেমৰ সাক্ষী হোৱাৰ বাবেই হত্যাৰ বলি হব লগা হ’ল গৰৈমাৰীৰ টুক্ৰাপাৰা গাঁৱৰ ৰজব আলীৰ পুত্ৰ আজাহাৰ আলী। ইতিমধ্যে আজাহাৰ আলী হত্যাকাণ্ডৰ লগত জৰিত দুটাকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ছয়গাঁও আৰক্ষীয়ে।