Skip to content অইল ইণ্ডিয়া লিমিটেডত ২৬২টা পদৰ বাবে আবেদন আহ্বান
আবেদনৰ অন্তিম তাৰিখ ১৮ আগষ্ট
পদৰ নাম
বিএলআৰ-১ (১৪টা)।
শিক্ষাগত অর্হতা-দশম শ্রেণী উত্তীর্ণ।
পদৰ নাম
অ’এছজি-১ (৪৪টা)।
শিক্ষাগত অর্হতা-দশম শ্রেণী উত্তীর্ণ।
পদৰ নাম
জেটিএফ-১ (৫২টা)।
শিক্ষাগত অর্হতা-দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ফায়াৰ এণ্ড ছেফটিৰ এবছৰীয়া ডিপ্ল’মা/চার্টিফিটেক থাকিব লাগিব।
পদৰ নাম
পিএইচএছ-১ (২টা)।
শিক্ষাগত অর্হতা-দ্বাদশ শ্রেণী উত্তীর্ণ।
পদৰ নাম
টিবিআৰ-১ (১৪টা)।
শিক্ষাগত অর্হতা-দশম শ্রেণী উত্তীর্ণ।
পদৰ নাম
এনটিআৰ-১ (১টা)।
শিক্ষাগত অর্হতা-বিএছচি নাৰ্ছিং অথবা পোষ্ট বেছিক বিএছচি নাৰ্ছিং উত্তীর্ণ।
বয়স-পদ আৰু শ্ৰেণী অনুসৰি ৩০ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত।
হেল্পলাইন নম্বৰ-০২২৬১৩০৬২৭৬