...

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক

Spread the love

ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতিক

দুলীয়াজান থানাত সোধ-পোচৰ অন্তত কৰা হয় আটক

কালি নিশা ১২ বজাত শংকৰজ্যোতিক লৈ অনা হয় ডিব্ৰুগড় থানালৈ

 

চাইন অন ডেক্সঃ

শংকৰজ্যোতি বৰুৱাক আটক।
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক
ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতিক
দুলীয়াজান থানাত সোধ-পোচৰ অন্তত কৰা হয় আটক।যোৱা
নিশা ১২ বজাত শংকৰজ্যোতিক লৈ যোৱা হয় ডিব্ৰুগড় থানালৈ
নিশাই এএমচিএইচত শংকৰজ্যোতিক স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।এক মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ।
দুলীয়াজানৰ এটা পে’ট্ৰল পাম্পত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা।মাৰপিটত আহত হৈছিল পে’ট্ৰল পাম্পটোৰ ৪ গৰাকী কৰ্মচাৰী।সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছিল আছুৰ প্ৰাক্তন নেতাগৰাকীক।
ডিব্ৰুগড়ৰ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰৰ সন্দৰ্ভত কোনো স্থিতি স্পষ্ট কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *