ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে বাংলাদেশৰ প্ৰত্যক্ষ বাণিজ্যত বাধা 🔥🔥
ভাৰতে বাংলাদেশৰ কাপোৰৰ আমদানি কেৱল কলকাতা আৰু মুম্বাইৰ সাগৰীয় বন্দৰত
সীমাবদ্ধ কৰিছে।

এই পৰিৱৰ্তনে বাংলাদেশৰ পৰা বাৰ্ষিক ৭০ কোটি ডলাৰতকৈ অধিক মূল্যৰ কাপোৰ ৰপ্তানিৰ ওপৰত প্ৰভাৱ পেলাব।
