মানসিক বিকাৰগ্ৰস্ত নাবালিকাক ধৰ্ষণ!
ধৰ্ষণকাৰী আব্দুল মুতালিবক গ্ৰেপ্তাৰ
নগৰবেৰা,১৭নৱেম্বৰ:

৫৪ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী মানসিক বিকাৰগ্ৰস্ত পোন্ধৰ বছৰীয়া নাবালিকা।বদলা পথাৰ গাঁৱৰ ইউনুছ আলীৰ পুত্ৰ আব্দুল মুতালিব নামৰ লোকজনে সংঘটিত কৰে এই দুস্কাৰ্য।এজনৰ মোবাইলত বন্দী মুতালিবৰ সমষ্ট কাণ্ড 
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্য।