লেকাই কনক চন্দ্ৰ জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন
চাইন অন ডেস্ক,১৬নবেম্বৰ:
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন মানকটা খনিকৰ মৌজাৰ অন্যতম শিক্ষানুষ্ঠান লেকাই কনক চন্দ্ৰ জাতীয় বিদ্যালয়ত যোৱা ১৪ নবেম্বৰত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীৰ শিশু দিৱস কাৰ্যসূচী ৰূপায়ণ কৰা হয়।কনক চন্দ্ৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক নৰোত্তম চবৰে আতঁ ধৰা শিশু দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন ,বন্তি প্রজ্বলন আৰু শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে কনক চন্দ্ৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত হাজৰিকাই।আনহাতে উক্ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে 
