ধানেৰে দুৰ্গা প্ৰতিমা!
ধুবুৰীৰ ছাত্ৰ দৰ্শিল মণ্ডলৰ অনন্য শিল্পকৰ্মই মুহিছে সকলোকে
ধুবুৰী,১৬অক্টোবৰ:
পঢ়া-শুনাৰ সমান্তৰালকৈ শিল্পকলাৰ জৰিয়তেও নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে ধুবুৰীৰ এজন মেধাবী ছাত্ৰই। ধান ব্যৱহাৰ কৰি মা দুৰ্গাৰ এক আকৰ্ষণীয় প্ৰতিমা নিৰ্মাণ কৰি চৰ্চালৈ আহিছে ধুবুৰীৰ ভোলানাথ কলেজৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এগৰাকী ছাত্ৰ। ধুবুৰী চহৰৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা দৰ্শিল মণ্ডল নামৰ এই ছাত্ৰীগৰাকী প্ৰায় ৩২ দিনীয়া কষ্টৰ অন্তত নিৰ্মাণ কৰি উলিয়াইছে এক অনন্য দুৰ্গা প্ৰতিমা। পাঁচ বছৰৰ 

