পঞ্চায়ত নিৰ্বাচন ২০২৫
মুঠ আসন : ২২ খন
বিজেপি : ১৯
অগপ : ৩
১/ বৰবৰুৱাঃ ১.
বিনয় মাঝি (বিজেপি) –
(বিনা প্ৰতিদ্বন্দ্বিতা)
২) বকুল:
খগেন ৰাজুৱৰ (বিজেপি) –
(বিনা প্ৰতিদ্বন্দ্বিতা)
৩/ ভাদৈঃ
কৃষ্ণ কমল দাস (বিজেপি) –
(বিনা প্ৰতিদ্বন্দ্বিতা)
৪) ডিব্ৰুগড় পূবঃ
শান্তনু কুমাৰ দোৱাৰা (বিজেপি)
৫) ডিব্ৰুগড় পশ্চিমঃ
পুষ্পঞ্জলি সোণোৱাল (বিজেপি)
৬/ ডিকম:
ব্ৰজেন গগৈ (বিজেপি)
৭/ ডিনজয়:
হাৰ্লিন নন্দ (এজিপি)
৮) দুলীয়াজানঃ
সোপনা সংগ মাঝি (বিজেপি)
৯) হাতীবন্ধাঃ
সুশিলা ইণ্ড (বিজেপি)
১০) জয়পুৰঃ
মৃদুল কলিতা (বিজেপি)
১১) লেংগেৰী:
প্ৰশান্ত বৰা (বিজেপি)
১২) লাৰুৱা:
সুমন মেছ দিহিঙীয়া (বিজেপি)
১৩) মদাৰখাতঃ
মিনাক্ষী গোহাঁই (অগপ)
১৪) মৰাণ:
খেমন গগৈ (বিজেপি)
১৫) নাহৰণীঃ
জুনমনি গগৈ চেতিয়া (অগপ)
১৬) নামৰূপঃ
লগি চলিহা (বিজেপি)
১৭) নাহৰকটীয়াঃ
জেমছ গগৈ (বিজেপি)
১৮) ৰাজগড়;
গীতা হৰপাল (বিজেপি)
১৯) চেপন:
খিৰোদ কুমাৰ দোৱাৰা (বিজেপি)
২০) ছাছনি:
ৰাণী শইকীয়া (বিজেপি)
২১) টেঙাখাতঃ
প্ৰিয়নাথ চেতিয়া (বিজেপি)
২২) টিংখং:
ৰুমী তামুলী গুৰুং (বিজেপি)