গৰু সৰবৰাহৰ ‘গোপন পথ’ত আৰক্ষীৰ চোকা নজৰ!
সামাজিক মাধ্যমত অবৈধ গো-সৰবৰাহকাৰী চক্ৰক সকিয়নী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
ধুবুৰী,১০ছেপ্টেম্বৰ:
কালিৰ দিনটোতেই গৰুৰ অবৈধ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰিছে। গোসাঁইগাঁও, গোলকগঞ্জ, গৌৰীপুৰ, ফকিৰগঞ্জ, ধুবুৰী থানাৰ আৰক্ষীৰ দলে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত একাধিক অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা ৪৬টা গৰু, ১৪টা ম’হ উদ্ধাৰ কৰাৰ লগতে 
