দিল্লীত নির্ভয়া কাণ্ডৰ পুনৰাবৃত্তি!
আকৌ দলবদ্ধ ধৰ্ষণৰ বলি উত্তৰ প্ৰদেশৰ ছাত্ৰী
নতুন দিল্লী,১চেপ্তেম্বৰ:

আৰক্ষীৰ সূত্ৰৰ খবৰ অনুসৰি নির্যাতিত কিশোৰীগৰাকী উত্তৰ প্রদেশৰ মইনপুৰী জিলাৰ বাসিন্দা আৰু একাদশ শ্ৰেণীৰ ছাত্ৰী। পৰিয়ালৰ সৈতে কোনো বিষয়ক লৈ মনোমালিন্য হোৱাৰ বাবে কাকো একো নোকোৱাকৈ তেওঁ নয়দাত থকা মাহীয়েকৰ জীয়ৰীৰ ঘৰলৈ বুলি ৰাওনা হয়। কিন্তু ৪ আগষ্টৰ ৰাতি প্ৰবল বৰষুণ আৰু ঘন আন্ধাৰৰ বাবে তেওঁ ভুলবশতঃ গ্ৰেটাৰ নয়দাৰ পৰী চ’কত নামি পৰে। নিৰুপায় অৱস্থাত ছাত্ৰীগৰাকীয়ে সেই পথেৰে পাৰ হৈ যোৱা এখন খালী শ্লিপাৰ বাছত উঠিবলৈ 

