চেচা তিনিআলিত ‘মৃত্যুৰ ফান্দ’!
জৰুৰী সুৰক্ষা ব্যৱস্থাৰ দাবী লেজাই-কলাখোৱা আছুৰ
চাইন অন ডেস্ক,২৫আগষ্ট:




জনসাধাৰণৰ জীৱন আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অন্ততঃ ১০ দিনৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই।