ফুটবল খেলক প্ৰসাৰিত কৰাৰ লগতে ডিব্ৰুগড়ৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক সামূহিক উপভোগৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াসেৰে অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত ‘মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক’ স্থাপন কৰা হৈছে।ফেন পাৰ্কখনৰ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ATDCৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।৩০ জুনত হব লগীয়া উদ্বোধনী অনুষ্ঠানৰ সময় নিশা ১০:০০ বজাত।স্থান:চৌকিডিংগী
খেলপথাৰ,ডিব্ৰুগড়। সেয়ে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.