...

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অম্বুবাচী মেলা উপলক্ষে সেৱা ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অম্বুবাচী মেলা উপলক্ষে সেৱা ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী

চাইন অন ডেস্ক,২৩জুন:

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰ তৰফৰ পৰা অম্বুবাচী মেলা উপলক্ষে আয়োজিত সেৱা ইণ্টাৰ্নশ্বিপ ( SEVA INTERNSHIPৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়। উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক গণেশ তামুলী, এছএফএছ ( Stusents for Seva)ৰ ৰাষ্ট্ৰীয় প্ৰমুখ ভৱানী শংকৰ, পৰিষদৰ কেন্দ্ৰীয় কাৰ্যসমিতিৰ সদস্য হেৰল্ড মহন, মহানগৰ উপ সভাপতি ড০ দিপাংকৰ বুজৰবৰুৱা, অধ্যাপক ড০ দ্বিপেন দাস, এছডিএফ (Students for Development) ৰ ৰাষ্ট্ৰীয় সহ-সংযোজক কৌস্তুভ কুঁৱৰ, এছএফএছৰ অসম প্ৰদেশৰ সংযোজক বিবেক প্ৰসাদকে ধৰি অন্যান্যই।

Leave a Reply

Your email address will not be published. Required fields are marked *