জোনাইত কেবালাখ টকাৰ মূল্যৱান খয়েৰ কুণ্ডা জব্দ:
চোৰাংকৈ অৰুনাচলৈ সৰবৰাহ কৰাৰ সময়তে জোনাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম।
জোনাই ২৩ জুন:
ধেমাজি জিলাৰ জোনাই আৰক্ষীৰ বৃহৎ সাফল্য। আজি জোনাই সদৰ থানাৰ আৰক্ষীয়ে তিনিখন টাটা পিকাআপ ভৰ্তি মূল্যৱান খয়েৰ গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে জোনাই সমজিলাৰ চিমেন চাপৰিৰ চিমেন 

