ধুবুৰী আৰক্ষীৰ এটা দলে চহৰখনৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ চতুৰ্থ খণ্ডত চলোৱা ড্ৰাগছ বিৰোধী অভিযানত সন্দেহজনক হেৰ’ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ এক ভিত্তিত চলোৱা সেই অভিযানটোত সন্দেহজনক হেৰ’ইন ভৰ্তি ৩০টা প্লাষ্টিকৰ সৰু টেমা উদ্ধাৰ কৰাৰ সমান্তৰালকৈ ড্ৰাগছ সৰবৰাহকাৰী এজনকো কৰায়ত্ত কৰিছে আৰক্ষীয়ে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন আশ্ৰাফুল হ’ক বুলি প্ৰকাশ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.