এ.পি.এন.আই স্কিলচ প্ৰতিষ্ঠানত নাৰ্চ দিৱস পালন
চাইন অন ডেস্ক,১৩মে’:
আন্ত:ৰাষ্টীয় নাৰ্চ বা ধাত্ৰী দিৱস দেশৰ ভিন্ন প্ৰান্তৰ চৰকাৰী-বেচকাৰী শিক্ষা প্ৰতিষ্ঠানৰ লগতে ডিব্ৰুগড়তো বিশ্ব ধাত্ৰী দিৱস পালন কৰা হয়। ডিব্ৰুগড় মহানগৰৰ মিলন নগৰস্থিত পেৰামেডিকেল এণ্ড নাচিং ইনষ্টিটিউট প্ৰতিষ্ঠানত অনুষ্ঠিত 

