নিৰুদ্দেশ হোৱা তিনি স্কুলীয়া ছাত্ৰী গুৱাহাটীত উদ্ধাৰ
ফকিৰগঞ্জৰ ছাত্ৰী কেনেকৈ হল উদ্ধাৰ?
মানকাচৰ,২৯এপ্ৰিল:

তিনিগৰাকীকৈ স্কুলীয়া ছাত্ৰী একেলগে নিৰুদ্দেশ কালি নিৰুদ্দেশ হৈছিল।
নিৰুদ্দেশ হোৱা ছাত্ৰী তিনিগৰাকী ক্ৰমে

এটা দুষ্ট চক্ৰই কিশোৰী তিনিগৰাকীক বিক্ৰি কৰিব লৈ লৈ গৈছিল যদিও আজি কিশোৰী তিনিগৰাকীক ফকিৰগঞ্জ আৰু গুৱাহাটী আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰি ফকিৰগঞ্জ আৰক্ষী থানাত লৈ অনা হয়। পিছত নিৰুদ্দেশ হোৱা কিশোৰী তিনিগৰাকীক পৰিয়ালৰ লোকক চমজাই দিয়া হয়।
আৰক্ষীয়ে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যেই তৎপৰতা আৰম্ভ কৰিছে।