প্ৰচণ্ড ধুমুহা-বৰষুণৰ কৱলত যাত্ৰীবাহী নাও
হাটশিঙিমাৰীৰ পৰা ধুবুৰী অভিমুখী নাও
ডেৰ শতাধিক যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা
ধুবুৰী, ২৫ এপ্ৰিল:
আজি কথমপি বৃহৎ এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মানকাচৰৰ হাটশিঙিমাৰীৰ পৰা ধুবুৰী অভিমুখে বৰলুইতেৰে যাত্ৰা কৰা এখন লেছি চালিত যাত্ৰীবাহী লঞ্চ। জানিব পৰা মতে,যাত্ৰা আৰম্ভ কৰাৰ সময়ত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সন্মুখীন হয় 
পৰিবহন বিভাগে কোনো ধৰণৰ শিক্ষা লোৱা নাই বুলি উত্থাপিত হৈছে এক প্ৰশ্নৰ।