শতিকা প্ৰাচীন বৰদৈচিলা উৎসৱ
নগাঁৱৰ জাপিসজীয়া গাঁৱত অনুষ্ঠিত
নগাঁও:
নগাঁৱৰ কন্দলীৰ জাপিসজীয়া গাঁৱত শতিকা প্ৰাচীন বৰদৈচিলা উৎসৱ অনুষ্ঠিত কৰা হয়।অঞ্চলটোৰ হৰি মন্দিৰত আড়ম্বৰপূৰ্ণভাৱে এই উৎসৱ উদযাপন কৰে।
গাঁওখনৰ সামূহিক উন্নয়ন আৰু মাৰি-মৰক দূৰ হ’বৰ বাবেই প্ৰতিবছৰে পহিলা ব’হাগত অনুষ্ঠিত কৰি আহিছে এই উৎসৱ।
বৰদৈচিলাই যাতে তাণ্ডৱৰ সৃষ্টি নকৰে তাৰ বাবেই গাঁৱৰ ৰাইজৰ এনেদৰেই নাম-কীৰ্তনৰ আয়োজন কৰি আহিছে।অস্থায়ী দৰা-কইনাক অযান্ত্ৰিক বাহনত উঠাই অঞ্চলৰ ৰাইজে উলিয়াই শোভাযাত্ৰা।অপায়-অমংগল থৈ আহে দূৰৰ বট 
