বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতী চৰত যোৱা নিশা আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়।গোপন খৱৰৰ ভিত্তিত আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত ভাতনাপাইতিৰ এঘৰত অভিযান চলাই চাৰি কেজি আঢ়ৈশ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে নূৰ আলম নামৰ এগৰাকী ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰে।ধৃত নুৰ আলম নামৰ গাঞ্জা ব্যৱসায়ী জনে দীর্ঘদিনৰে পৰা এনে অবৈধ গাঞ্জাৰ ব্যৱসায় কৰি থকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.