নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত বাৰ্ষিক সপ্তাহ আৰম্ভ
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত আজি (মংগলবাৰ)ৰ পৰা অহা ৭ ফেব্ৰুৱাৰীলৈ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহখনি উলহ-মালহেৰে আৰম্ভ হৈছে। এই উপলক্ষে 
