...

ধুবুৰীৰ নিউ মাৰ্কেটৰ ঔষধৰ দোকানত অগ্নিকাণ্ড

Spread the love

ধুবুৰীৰ নিউ মাৰ্কেটৰ ঔষধৰ দোকানত অগ্নিকাণ্ড

*চাইন অন ডেস্ক:*

কালি মাজনিশা ধুবুৰীত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। সেই অগ্নিকাণ্ডটোত ধুবুৰী চহৰৰ নিউ মাৰ্কেট অঞ্চলৰ এখন ঔষধৰ দোকান সম্পূৰ্ণৰূপে জাহ যায়। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জনাকীর্ণ সেই অঞ্চলটো কথমপি ৰক্ষা পৰে। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *