...

ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ আটক দুই সৰবৰাহকাৰী

Spread the love

ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ আটক দুই সৰবৰাহকাৰী

*চামগুৰিত ড্ৰাগছ বিৰোধী অভিযান*

*চাইন অন ডেস্ক:*

অভিযানত জব্দ ২৬ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ আটক দুই সৰবৰাহকাৰী।

সৰবৰাহকাৰী কেইটা বাজীয়া গাঁৱৰ চুহেল ইছলাম আৰু এমৰাজুল হক।

 

চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক অৰূপ পাঠকৰ নেতৃত্বত উপ পৰিদৰ্শক জিতু মনি কলিতাৰ সহযোগত চলোৱা অভিযানত দুই সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে AS 02 AJ 8092 নম্বৰৰ এখন মটৰচাইকেল জব্দ কৰে।

 

আৰক্ষীৰ অভিযানত অন্য এজন যুৱক বাবুল হুছেইনক সোধা পোছাৰ বাবে ঘটনা স্থলীৰ পৰা আৰক্ষীয়ে আটক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *