ডিব্ৰুগড়ৰ হোটেলত পণবন্দী বোকাখাতৰ ১৯ জন যুৱক !
চাইন অন ডেস্ক,২৪জুনঃ


হোটেল কৰ্তৃপক্ষই ১৯ জন যুৱকক হোটেলৰ পৰা ওলাই যাবলৈ বাধা দিছে। ফলত একপ্ৰকাৰ পণবন্দী অৱস্থাত হোটেলৰ ভিতৰতে দিন অতিবাহিত কৰিবলগীয়া হৈছে ভুক্তভোগী যুৱকসকলে। কোনোমতে দুবেলা দুসাজ খোৱাৰ অভাৱত আৰু ঘৰৰ পৰা দূৰৈত এনেদৰে আবদ্ধ হৈ থকাৰ বাবে যুৱকসকলৰ পৰিয়ালৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ। ইফালে নিজৰ সৰ্বস্ব হেৰুৱাই ডিব্ৰুগড়ৰ হোটেলত পণবন্দী হোৱা যুৱকসকলে সমগ্ৰ ঘটনাৰ বিষয়ে বোকাখাত আৰক্ষীক 