চাইন অন ডেক্সঃ সুনীতা উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত অসমৰ এগৰাকী সন্তান জৰিত ? দৰঙৰ এগৰাকী সন্তানক লৈ গৌৰৱান্বিত ৰাজ্যবাসী। সুনীতা উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনা এলন মাস্কৰ SpaceXত কৰ্মৰত ছিপাঝাৰৰ হাজৰিকাপাৰাৰ ভবানী ভি শৰ্মা। হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল ভৱানী শৰ্মাই
সুনীতা উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনা অভিযানত জড়িত এগৰাকী অসম সন্তান
SPACE Xৰ উদ্ধাৰকাৰী দলত কৰ্মৰত অসম সন্তান ভৱানী ভি শৰ্মা
এলন মাস্কৰ SPACE X ত কৰ্মৰত ভৱানী শৰ্মা ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱৰ সন্তান
সুনীতাৰ ২৮৬ দিনীয়া সাহসীকতাৰ সাক্ষী হৈ ৰ’ল ছিপাঝাৰৰ ভৱানী শৰ্মা
ভৱানী ভি শৰ্মাৰ এনে বিৰল কৃতিত্বক লৈ গৌৰৱাম্বিত আজি ছিপাঝাৰৰ লগতে সমগ্ৰ অসমবাসী