অৱশেষত সেইবোৰ উদঙাই দিছে: ড’নাল্ড ট্ৰাম্প
‘ভাৰতে আমাৰ পৰা বৃহৎ পৰিমাণৰ শুল্ক আদায় কৰে। বিশাল।ভাৰতত একো বিক্ৰীও কৰিব নোৱাৰি।তেওঁলোকে মান্তি হৈছে;তেওঁলোকে এতিয়া তেওঁলোকৰ শুল্ক বহু পৰিমাণে কমাব বিচাৰিছে কাৰণ অৱশেষত কোনোবাই তেওঁলোকে কৰা কামৰ বাবে তেওঁলোকক উদঙাই দিছে।’-আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে