হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থী আছিল ৪,২২,৭৩৭ গৰাকী
ইয়াৰে ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৭৫২ গৰাকী, ছাত্ৰী ২,৩৪,৯৮৫ গৰাকী
এইবাৰৰ ফলাফলত প্ৰথম বিভাগ লাভ কৰিছে ৮৯,০৪১ গৰাকীয়ে
ইয়াৰে ডিচটিংচন লাভ কৰিছে ৫,৩৩৬ গৰাকীয়ে
ষ্টাৰ নম্বৰ লাভ কৰিছে ১৬,৫১৭ গৰাকীয়ে
লেটাৰ নম্বৰ লাভ কৰিছে ১,৬৮,৩১২ গৰাকীয়ে
এইবাৰ দ্বিতীয় বিভাগ লাভ কৰিছে ১,৩৫,৫৬৮ গৰাকীয়ে
তৃতীয় বিভাগ লাভ কৰিছে ৪৫,৮৬২ গৰাকীয়ে
এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত শিৱসাগৰ
জিলা খনৰ উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ
দ্বিতীয় স্থানত ৮১.১০ শতাংশৰে জিলিকিছে ডিব্ৰুগড় জিলা
৮০.৬১ শতাংশ হাৰেৰে তৃতীয় স্থানত ধেমাজি জিলা
আনহাতে ফলাফলৰ উত্তীৰ্ণৰ হাৰৰ সৰ্বনিম্নত শ্ৰীভূমি জিলা
শ্ৰীভূমি জিলাত উত্তীৰ্ণৰ হাৰ ৪৭.৯৬ শতাংশ