...

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ

Spread the love

চাইন অন ডেক্সঃ

দুলীয়াজান থানাত ৰুজু হোৱা গোচৰৰ সৈতে জড়িত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক আজি গ্ৰেপ্তাৰ কৰা হৈছে।

কালি তেওঁক আৰক্ষীয়ে জেৰাৰ বাবে উঠাই লৈ যায় আৰু পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত ৰাখে।

ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ২০২৩ৰ তলত উল্লেখ কৰা ধাৰাসমূহৰ অধীনত দুলীয়াজান পি এছ গোচৰ নং ৯০/২০২৫ হিচাপে পঞ্জীয়ন কৰা হৈছে।
১৯৬(১)(ক), ১৯৬(১)(খ), ১৯৭(১)(খ), ১৯৭(১)(গ), ১৯৭(১)(ঘ), ৩(৫), ৩৫২, ৩৫৩(১)(খ), ৩৫৩(১)(গ), আৰু ৩৫৩(২)।

আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *