...

তিতাবৰ টিপমীয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অসমীয়াৰ‌ হৃদয় স্পন্দন জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ্য

Spread the love

 

 

তিতাবৰ টিপমীয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অসমীয়াৰ‌ হৃদয় স্পন্দন জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ্য

 

 

তিতাবৰ:

অসম চাহ জনগোষ্ঠী যুৱ-ছাত্ৰ মহাসভাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, মহিলা মহাসভা আদিয়েও কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়।

তিতাবৰ টিপমীয়া চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত কাৰ্যসূচীত হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ আদি ভিন ভিন ধৰ্মাৱলম্বী লোকে বন্তি, ধুপ, মম জ্বলাই ঈশ্বৰক প্ৰাৰ্থনা কৰি জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

অজয় শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *