দুদিনীয়াকৈ অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
হৰিনামৰ ধ্বনিৰে মুখৰ চৌপাশ
ভাগৱতসহ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা
চাইন অন ডেস্ক:

ৰজাবাহৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ বাৰ্ষিক অধিৱেশন।


ইয়াৰ পিছতে অন্তৰংগ আলাপ, মুকলি সভা আদি অনুষ্ঠিত হ’ব। মুকলি সভাত ‘মহাপুৰুষ মাধৱদেৱ বঁটা’ আৰু ‘কীৰ্তিমান বঁটা’ প্ৰদান কৰা হ’ব। সভাত নিৰ্দিষ্ট বক্তাৰ লগতে উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে।
